চাকৰি

ভাৰতীয় খাদ্য সংসাধন প্রযুক্তি সংস্থা নিযুক্তি ২০২০

Sentinel Digital Desk

ভাৰতীয় খাদ্য সংসাধন প্রযুক্তি সংস্থা নিযুক্তি ২০২০

ভাৰতীয় খাদ্য সংসাধন প্রযুক্তি সংস্থাত ঠিকাভিত্তিক পদ ছিনিয়ৰ ৰিচাৰ্চ ফে'লৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: ছিনিয়ৰ ৰিচাৰ্চ ফে'ল

পদৰ সংখ্যা: ০১

বয়স: ৩৫ বছৰ ৰ পৰা ৪০ বছৰ

শিক্ষাগত অৰ্হতা: এম টেক/ ফুড ইঞ্জিনিয়াৰিংত এম. এচ চি/ফুড ইঞ্জিনিয়াৰিং/ ফুড প্ৰচেচিং ইঞ্জিনিয়াৰিং/ পোষ্ট হাৰভেষ্ট ইঞ্জিনিয়াৰিং, ফুড চাইন্স- নিউট্ৰিচন/ মাইক্রবাইঅলজি, বায়অ-কেমেষ্ট্ৰি লগত NET/ Ph.d ডিগ্রী।

দৰমহা: ৩১,০০০ প্ৰতি মাহ

কৰ্মস্থান: গুৱাহাটী, অসম

নিৰ্বাচন প্ৰক্ৰিয়া: লিখিত পৰীক্ষা

আবেদনৰ শেষ তাৰিখ: ০৪/০৩/২০২০

সৱিশেষ জানিবলৈ: Click Here