চাকৰি

ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট (IIM) নিযুক্তি ২০২০

Sentinel Digital Desk

 ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট নিযুক্তি ২০২০

পদৰ নাম - একাডেমীক সহকাৰী ( Academic assistant)

পদৰ সংখ্যা - ০১

বয়স - নাই

 অৰ্হতা- স্নাতকোত্তৰ

দৰমহা- ১৫,০০০ ৰ পৰা ২২,০০০

পদৰ নাম - একাডেমীক সহযোগী

পদৰ নাম-০১

বয়স - নাই

অৰ্হতা-স্নাতকোত্তৰ

দৰমহা- ২২,০০০ ৰ পৰা ২৯,৫০০

স্থান - লক্ষ্ণৌ

অন্তিম তাৰিখ-১-০৬-২০২০

অধিক জানিবৰ বাবে :  click here