চাকৰি

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত পদখালী

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

Sentinel Digital Desk

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ( IIT-G ) গুৱাহাটীত জুনিয়ৰ ৰিচাৰ্ছ ফেলো নিয়োগৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন  জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : কনিষ্ঠ প্ৰকল্প সহকাৰী

খালী পদৰ সংখ্যা : ০১টা ৷

দৰমহা : ৩৭,২১০ টকা, মাহিলী

অৱস্থান : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ২১/০৮/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা BE/ BTech/ ME/ MTech/ MSc ডিগ্ৰীধাৰী হোৱাটো বাধ্যতামূলক।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নিজৰ আবেদন পত্ৰ তলত উল্লেখিত ই-মেইলত অন্তিম তাৰিখ ২১ আগষ্ট ২০২১ৰ আগত প্ৰেৰণ কৰিব লাগিব।

মেইল : arungoyl@iitg.ac.in