চাকৰি

গ্ৰামীণ ডাক সেৱক নিযুক্তিৰ বাবে ভাৰতীয় ডাকৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৩,২৬২টা।

দৰমহাঃ মাহিলী ১০হেজাৰ টকাৰ পৰা ১৪.৫০০টকা।

নিযুক্তিৰ স্থানঃ নাগপুৰ, আজমীৰ, বিকানেৰ, যোধপুৰ, শিকাৰ, বাৰ্মেৰ, ভাৰতপুৰ, ভিলাৱাৰা, ঝুনঝুনান, চুৰু, পালি, ছিৰোহী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ২১-০৭-২০২০

জানিবলৈ http://www.appost.in/gdsonline/ চাওক।