চাকৰি

ভাৰতীয় ডাকত গাড়ীচালকৰ পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০২টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৩-০৯-২০২০।

কাৰ্যালয়ৰ ঠিকনাঃ Mail Motor Service, GPO compound, Civil lines, , Nagpur, Maharashtra 440001

বয়সৰ সীমাঃ ১৮-ৰ পৰা ২৭ বছৰ। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব। আবেদন গ্ৰহণৰ শেষ তাৰিখত বয়স গণনা কৰা হব।