চাকৰি

ভাৰতীয় বায়ু সেনাত বিষয়াৰ পদখালী

ভাৰতীয় বায়ু সেনাই নিম্নোক্ত বিষয়া পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

পদৰ নামঃ কমিছনড অফিচ, খালী পদৰ সংখ্যাঃ ৩৩৪টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰাৰ্থী দ্বাদশ/ ডিগ্ৰী / অভিযান্ত্ৰিক ডিগ্ৰীধাৰী হব লাগিব।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

দৰমহাঃ ৫৬, ১০০ টকাৰ পৰা ১,৭৭, ৫০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৬-২০২০।

বয়সৰ সীমাঃ ২০ৰ পৰা ২৬ বছৰ।

আবেদনৰ নিয়মঃ ভাৰতীয় বায়ু সেনাৰ ৱেবছাইট চাওক।