চাকৰি

ভাৰতীয় নৌ সেনাত শ্বৰ্ট চাৰ্ভিছ কমিছন বিষয়া নিযুক্তি

Sentinel Digital Desk

পদসমূহঃ

শ্বৰ্ট ছাৰ্ভিচ কমিছন (কাৰ্ষবাহী, জি এছ-এক্স), খালী পদৰ সংখ্যাঃ ৪৭টা।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৬০ শতাংশ নম্বৰসহ যিকোনো শাখাত বি ই বা বি টেক হব লাগিব।

শ্বৰ্ট ছাৰ্ভিচ কমিছন(হাইড্ৰোগ্ৰাফী), খালী পদৰ সংখ্যাঃ ৩টা।

বয়সৰ সীমাঃ ২৪ বছৰ।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৬০ শতাংশ নম্বৰসহ যিকোনো শাখাত বি ই বা বি টেক হব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৬-২০২১।