চাকৰি

ভাৰতীয় নৌ-সেনাত শ্বৰ্ট ছাৰ্ভিচ কমিছনড বিষয়া নিযুক্তি

ভাৰতীয় নৌ-সেনাত শ্বৰ্ট ছাৰ্ভিচ কমিছনড বিষয়া(আই টি) নিযুক্তিৰ বাবে ভাৰতীয় পুৰুষ প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৪৫টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম ৬০ শতাংশ নম্বৰসহ কম্পিউটাৰ ছায়েন্স /কম্পিউটাৰ ইঞ্জিনীয়াৰিং. /আই টিৰ বি ই বা বিটেক হব লাগিব। অথবা কম্পিউটাৰ বা আই টিৰ এম এছ চি বা এম চি এ বা এম টেক হব লাগিব।

বয়সৰ সীমাঃ ২৩ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৬-০৭-২০২১।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

আবেদন প্ৰক্ৰিয়াঃ অনলাইন।

ৱেবছাইটঃhttps://www.joinindiannavy.gov.in।

ই-মেইলঃofficer@navy.gov.in।

আবেদনৰনিয়মঃ www.joinindiannavy.gov.in-ত চাওক।