চাকৰি

ইছৰ'ত জে আৰ এফ-গৱেষণা সহযোগী নিযুক্তি

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰ’)-ত নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

Sentinel Digital Desk

পদসমূহঃ

জুনিয়ৰ ৰিচাৰ্ছ ফেল'(জে আৰ এফ)।

খালী পদৰ সংখ্যাঃ ১৬টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী এম ই/ এম টেক বা এম এছ চি কৰা হব লাগিব।

দৰমহাঃ মাহিলী ৩১ হেজাৰ টকা।

বয়সৰ সৰ্বোচ্চ সীমাঃ ২৮ বছৰ।

গৱেষণা সহযোগী

খালী পদৰ সংখ্যাঃ ০২টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী পি এইচ ডি কৰা হব লাগিব।

দৰমহাঃ মাহিলী ৪৭ হেজাৰ টকা।

বয়সৰ সৰ্বোচ্চ সীমাঃ ৩৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখ- ০১-১০-২০২১।