চাকৰি

আই টি বি পিত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৫১টা।

দৰমহাঃ মাহিলী ২১,৭০০টকাৰ পৰা ৬৯,১০০টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৮-২০২০।

আবেদন মাচুলঃ মহিলা প্ৰাৰ্থী আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

প্ৰ্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ। 

সবিশেষ জানিবলৈঃ http://recruihttp://recruitment.itbpolice.nic.in/tment.itbpolice.nic.in/ চাওক।