চাকৰি

আই টি বি পিত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৫১টা।

দৰমহাঃ মাহিলী ২১,৭০০ টকাৰ পৰা ৬৯, ১০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৮-২০২০।

সবিশেষ জানিবলৈ http://recruitment.itbpolice.nic.in/চাওক।