খালী পদৰ সংখ্যাঃ ৫১টা।
বয়সৰ সীমাঃ ২৬-০৮-২০২০ত ১৮-ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ'ব লাগিব।
দৰমহাঃ ২১,৭০০ টকাৰ পৰা ৬৯,১০০টকা।
প্ৰাৰ্থী বাছনিঃ শাৰিৰীক মান পৰীক্ষা আৰু বিশদ স্বাস্থ্য পৰীক্ষা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৮-২০২০।
আবেদনৰ নিয়মঃ আই টি বি পিৰ ৱেবচাইট http://www.recuitment.itbpolice.nic.in-ৰ জৰিয়তে অনলাইন আবেদন জনাব পাৰিব।
আৰু চাব পাৰেঃ