চাকৰি

জাগতি নেচাৰ কেয়াৰ, গুৱাহাটীত পদখালী

জাগতি নেচাৰ কেয়াৰ, গুৱাহাটীয়ে ৰিচিপ্টশ্যনিষ্ট আৰু টেলী কলাৰৰ খালী পদত নিযুক্তিৰ বাবে আবেদন জনাইছে।

Sentinel Digital Desk

জাগতি নেচাৰ কেয়াৰ, গুৱাহাটীয়ে ৰিচিপ্টশ্যনিষ্ট আৰু টেলী কলাৰৰ খালী পদত নিযুক্তিৰ বাবে আবেদন জনাইছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ বিশদ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : ৰিচিপ্টশ্যনিষ্ট আৰু টেলী কলাৰ

পদ : ০১ ( মহিলা)

দৰমহা : অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিব।

প্ৰশিক্ষণৰ সময়ত দৰমহাৰ ৫০% দিয়া হ'ব।

ঠিকনা : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ২৮/৮/২০২১

অৰ্হতা :

এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ আবেদন (CV) জাগৃতি নেচাৰ কেয়াৰ মেইলত পঠিয়াব পাৰিব

মেইল : jagritinaturecare@gmail.com