চাকৰি

জে এন ইউত গৱেষণা সহযোগী নিয়ুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৪৭হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১১-০৮-২০২০।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৩৫ বছৰতকৈ কম। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব।

এই নিয়োগ উক্ত বিশ্ববিদ্যালয়ৰ জীৱন বিজ্ঞান(লাইফ ছায়েন্স) বিভাগত হ'ব। প্ৰাৰ্থী বাছনি লিখিত পৰীক্ষা/সাক্ষাত্কাৰৰ ভিত্তিত হ'ব।

আবেদনঃ সম্পূৰ্ণ ঠিকনা, বায়োডাটা আৰু শৈক্ষিক প্ৰমাণপত্ৰৰ ফটো বা স্কেন কপীসহ db@jnu.ac.inলৈ অহা ১১ আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।

ঠিকনাঃ Jawaharlal Nehru University Prof. Dwaipayan Bharadwaj School of Biotechnology, Jawaharlal Nehru University, New Delhi – 110067।