চাকৰি

যোৰহাট মেডিকেলত পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তি

যোৰহাট মেডিকেল কলেজ হাস্পতালত পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ২টা।

দৰমহাঃ মাহিলী ১৮,৩৬০টকা।

নিযুক্তিৰ স্থানঃ যোৰহাট।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৮-২০২০।

ঠিকনাঃ যোৰহাট মেডিকেল কলেজ হাস্পতাল।

প্ৰাৰ্থী বাছনিঃ সংশ্লিষ্ট প্ৰাৰ্থী বাছনি সমিতিয়ে বৰ্তামানৰ পৰিস্থিতি আৰু আবেদনকাৰীৰ সংখ্যা চাই সাক্ষাতকাৰৰ পদ্ধতি নিৰ্ধাৰণ কৰিব। এই বিষয়ে পৰৱৰ্তী সময়ত www.jorhatmedicalcollegg.inত জাননী প্ৰকাশ কৰা হ'ব।

সাক্ষাতকাৰলৈ অহাৰ বাবদ কোনো টি এ-ডি এ প্ৰদান কৰা নহ'ব।

সবিশেষ জানিবলৈ www.jorhatmedicalcollegg.in চাওক।