কেন্দ্রীয় বিদ্যালয় খানাপাৰাত নিযুক্তি ২০২০
কেন্দ্রীয় বিদ্যালয়,খানাপাৰাত পি জি টি, টি জি
টি, পি.আৰ.টি, কম্পিউটাৰ ইনষ্ট্ৰাকচাৰ আৰু অন্য পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
১/পোষ্ট গ্ৰেজুৱেট টিচাৰ্চ (PGT)
বিষয়: পদাৰ্থ বিজ্ঞান, ইংৰাজী, হিন্দী, গণিত, বাণিজ্য, ভূগোল, বুৰঞ্জী, অৰ্থনীতি, জীৱ বিজ্ঞান, ৰাজনীতি বিজ্ঞান, ৰাসায়ন বিজ্ঞান,বায়-টেকন'লজি
শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ ডিগ্রী লগত ( নূন্যতম ৫০% নম্বৰ) বি.এড ডিগ্রী
২/ পি.জি.টি. কম্পিউটাৰ চাইন্স
শিক্ষাগত অৰ্হতা:এম চি এ /বি ই/ বি টেক/এম এচ চি কম্পিউটাৰ চাইন্স অথবা কম্পিউটাৰত পি জি ডিপ্লোমা, "B" লেভেল DOEACC ৰ সৈতে পি জি ডিগ্ৰী যিকোনো বিষয়ত অথবা DOEACC লেভেল "C" (৫০% নম্বৰ)
৩/ ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ্চ (TGT)
বিষয়: বিজ্ঞান, ইংৰাজী, সমাজ বিজ্ঞান, গণিত, সংস্কৃত, হিন্দী, আৰু অসমীয়া।
শিক্ষাগত অৰ্হতা:
১.প্ৰাৰ্থীৰ জন বি.এড ডিগ্রীধাৰী হব লাগিব।
২.TGTৰ বাবে তিনি বছৰীয়া হিন্দী, ইংৰাজী, সংস্কৃত, অসমীয়া বিযসয়ত স্নাতক ডিগ্ৰী লগতে ৫০% শতাংশ নম্বৰ থাকিব লাগিব।
৩. TGT সমাজ বিজ্ঞানৰ বাবে স্নাতক ডিগ্রী লগতে বুৰঞ্জী, ভূগোল, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান ত ৫০% শতাংশ নম্বৰ থাকিব লাগিব।
৪.TGT বিজ্ঞান ৰ বাবে উদ্ভিদবিজ্ঞান, প্ৰণী বিজ্ঞান, ৰাসায়ন বিজ্ঞান ত স্নাতক ডিগ্ৰী ৰ লগতে ৫০% শতাংশ নম্বৰ থাকিব লাগিব।
৫. TGT গণিত ৰ বাবে গণিত বিষয়ত স্নাতক ডিগ্ৰীধাৰী হব লাগিব লগতে পদার্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, ইলেকট্রনিকচ, কম্পিউটাৰ চাইন্স, পৰিসংখ্যাত আদি যিকোনো দুটা বিষয়ত ৫০% শতাংশ নম্বৰত উৰ্ত্তীণ হব লাগিব।
৬. CTET উৰ্ত্তীণ প্ৰাৰ্থীসকলকো অগ্ৰাধিকাৰ দিয়া হব।
৪/ পি আৰ টি (PRT)
শিক্ষাগত অৰ্হতা:
১. বি. ই আই. ই ডি / দুবছৰীয়া JBT/ স্নাতক লগতে ৫০ % বি.এড ত উৰ্ত্তীণ হব লাগিব।
২. CTET উৰ্ত্তীণ প্ৰাৰ্থীসকলকো অগ্ৰাধিকাৰ দিয়া হব।
৩. হিন্দী/ ইংৰাজী ভাষাত অধ্যায়ন কৰিব লাগিব
৫/পৰামৰ্দাতা
শিক্ষাগত অৰ্হতা: বি.এ /বি.এচ চি (মনোবিজ্ঞান) ডিপ্লোমা।
৬/কম্পিউটাৰ প্ৰশিক্ষক
শিক্ষাগত অৰ্হতা: পি জি ডি চি এ (PGDCA)/ 'O'/'A' লেভেলৰ DOEACC ৰ পৰা ডিপ্লোমা/ কম্পিউটাৰ বিজ্ঞানত স্নাতক।
৭/ আৰ্ট আৰু ক্ৰাৰ্ফ্ট প্ৰশিক্ষক
শিক্ষাগত অৰ্হতা: ডিগ্রী/ডিপ্লোমা
৮/খেল/যোগ প্ৰশিক্ষক
শিক্ষাগত অৰ্হতা: নেচনেল চাৰ্টিফিকেট হলডাৰ/ BPED/ যোগ ত ডিপ্লোমা।
৯/সংগীত প্ৰশিক্ষক
শিক্ষাগত অৰ্হতা: সংগীত ত ডিগ্রী/ ডিপ্লোমা
১০/নাৰ্চ
শিক্ষাগত অৰ্হতা: স্নাতক/ নাৰ্চিংত ডিপ্লোমা
১১/ ডাটা এন্ট্রি অপৰেটাৰ
শিক্ষাগত অৰ্হতা: O'/'A' লেভেলৰ DOEACC / ডিপ্লোমা/ এবছৰীয়া চাৰ্টিফিকেট
দৰমহা : Remuneration as per KVS Norms.
কেনেদৰে আবেদন কৰিব: ইচ্ছুক প্ৰাৰ্থী সকলে প্ৰয়োজনীয় নথিপত্ৰ সমূহ ১৮/০২/২০২০
তাৰিখৰ আগত জমা দিব লাগিব।
ৱা্ক-ইন-ইন্টাৰভিউ: ১৮/০২/২০২০( ৰাতিপুৱা ৯:০০)
ঠিকনা : KENDRIYA VIDYALAYA KHANAPARA GUWAHATI,PIN-781022
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : check here .
অন্য খবৰৰ বাবে পঢ়ক : ভাৰতীয় বায়ু সেনাত নিযুক্তি ২০২০