মনোহাৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ত নিযুক্তি
মনোহাৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা সহকাৰী অধ্যাপক পদৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম: সহকাৰী অধ্যাপক
পদৰ সংখ্যা: ০১
বয়স : ৩৮ বছৰ
শিক্ষাগত অৰ্হতা: As per Govt. O.M, No. AHE407/2017/ 44 dtd. 08.11.2018.
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে বাইঅ ডাটা আৰু আবেদন সমূহ ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে
Principal, MDKG college payable at SBI, Dibrugarh (IFSC SBINO000071) Thana Chariali Branch must be submitted to the Principal, MDKG college ঠিকনাত বিজ্ঞাপন প্ৰকাশনৰ( 22/02/2020) ১৫ দিনৰ ভিতৰত পঠিয়াব লাগিব।
আবেদনৰ শেষ তাৰিখ: ০৯/০৩/২০২০
সবিশেষ জানিবলৈ : Click here
অন্য খবৰৰ বাবে পঢ়ক : ৰত্নপীঠ মহাবিদ্যালয় ধুবুৰীত সহকাৰী অধ্যাপক পদত নিযুক্তি ২০২০