চাকৰি

চৰকাৰী চিকিৎসা বিষয়া নিযুক্তিৰ বাবে আবেদন আহ্বান

অসমৰ চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি ব’ৰ্ডে চিকিৎসা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১১২টা।

দৰমহাঃ মাহিলী ৩০হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকা।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ০১-০১-২০২০ত ২১বছৰতকৈ কম আৰু ৩৮বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-০৭-২০২০।

সবিশেষ জানিবলৈ https://nhm.assam.gov.in/portlets/recruitment চাওক।