ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
পদৰ নাম : প্ৰকল্প সহকাৰী
খালী পদৰ সংখ্যা : ০১টা ৷
বয়স : ১৮ - ২৭ বছৰ
দৰমহা : ৪২,০০০ ( মাহিলী) + HRA
ঠিকনা : শ্বিলং, মেঘালয়
অন্তিম তাৰিখ : ২০/০৮/২০২১
শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী মাইনিং ইঞ্জিনিয়াৰিং বিভাগত স্নাতক ডিগ্ৰীধাৰী হ'ব
লাগিব আৰু ২বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদনপত্ৰ প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে মেঘালয়ৰ খনিজ সম্পদ সঞ্চালকৰ কাৰ্যালয়লৈলৈ প্ৰেৰণ কৰিব লাগিব।
বাছনিকৃত প্ৰাৰ্থীসকলক উক্ত কাৰ্যালয়লৈ ২৫ আগষ্ট ২০২১ তাৰিখে সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব।