চাকৰি

তেজপুৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ষ্টেনোগ্ৰাফাৰ নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ২টা।

বয়সৰ সীমাঃ অসংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ১৮বছৰৰ পৰা ২৫বছৰ। অন্যান্য পিছপৰা শ্ৰেণী( অ' বি চি) প্ৰাৰ্থীৰ ক্ষেত্ৰ্ত ১৮ ৰ পৰা ২৮ বছৰ আৰু এছ চি-এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ১৮ৰ পৰা ৩০বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬. ০৬.২০২০ ( 26/06/2020)

https://www.sentinelassam.com/jobs-in-assam/ministry-of-defence-recruitment-2020-for-stenographer-ii-483017

জানিবলৈ https://mod.gov.in/ চাওক।