চাকৰি

কেন্দ্ৰীয় শ্ৰম-নিয়োগ মন্ত্ৰালয়ত পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

প্ৰাৰ্থী বাছনি লিখিত পৰীক্ষা আৰু সাক্ষাত্কাৰৰ ভিত্তিত হ'ব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

সবিশেষ জানিবলৈ https://labour.gov.in/sites/default/files/engg_of_consultant.pdf চাওক।