চাকৰি

উপ-সঞ্চালক প্ৰধান নিয়োগৰ বাবে খনি মন্ত্ৰালয়ৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৩৭,৪০০টকাৰ পৰা ৬৭হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৯-২০২০।

সবিশেষ জানিবলৈ https://mines.gov.in/writereaddata/UploadFile/Advertisement02072020.pdfচাওক।