চাকৰি

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱত পদখালী

Sentinel Digital Desk

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱত শিক্ষক আৰু অনা-শিক্ষকৰ (non-teaching) ১০টা খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ বিশদ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : সহযোগী অধ্যাপক

পদ : ০৯

বিষয় : বাণিজ্য - ০৪

সমাজবিদ্যা - ০১

উত্তৰপূৰ্ব অধ্যয়ন - ০১

সামাজিক কৰ্ম - ০১

পৰিৱেশ্য কলা ( নাটক) - ০১

আবেদনৰ মাছুল : ২,০০০ টকা

পদৰ নাম : APS পৰা VC

পদ - ০১

আবেদনৰ মাছুল : ১,০০০ টকা

ঠিকনা : নগাওঁ, অসম

অন্তিম তাৰিখ : ২৫/৮/২০২১

অৰ্হতা :

১. • সহযোগী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ ২০১৮চনত নিৰ্মাণ UGC নিয়মাৱলীত উল্লেখিত অৰ্হতাসমূহ থাকিব লাগিব।

• অভিজ্ঞতাৰেপুষ্ট অধ্যাপকসকলক প্ৰাধান্য দিয়া হ'ব।

২. • APS পৰা VC পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী ন্যূনতম ৫৫% নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব আৰু ষ্টেনোগ্ৰাফী জানিব লাগিব।

• উচ্চ শিক্ষা অনুষ্ঠানত কমেও ৫বছৰ অভিজ্ঞতা থাকিব লাগিব।

• উচ্চ কম্পিউটাৰ শিক্ষা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰতিলিপিৰ সৈতে নিজৰ আবেদন (CV) ২৫ আগষ্ট, ২০২১ তাৰিখৰ পূৰ্বে "পঞ্জীয়ক, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়, হালাধৰভূঞা পথ, কলংপাৰ, নগাওঁ, পিন : ৭৮২০০১"লৈ পঠিয়াব লাগিব।