এন এন শইকীয়া মহাবিদ্যালয় নিযুক্তি 2020
নন্দ নাথ শইকীয়া মহাবিদ্যালয় কতৃপক্ষই বিভিন্ন বিভাগৰ সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।
পদৰ নাম- পদাৰ্থ বিজ্ঞান
পদৰ সংখ্যা- ০2
বয়স -৩৮
শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীয়ে স্নাতকোত্তৰত ৫৫% নম্বৰৰ সহায়ত উৰ্ত্তীণ হ’ব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।
দৰমহা -৩৭,৪০০ ৰ পৰা ৬৭,০০০
পদৰ নাম-গণিত

পদৰ নাম-ভুগোল
পদৰ সংখ্যা- ০১

পদৰ নাম-প্ৰাণীবিদ্যা
পদৰ সংখ্যা- ০৩
বয়স -৩৮
শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীয়ে স্নাতকোত্তৰত ৫৫% নম্বৰৰ সহায়ত উৰ্ত্তীণ হ’ব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।
দৰমহা -৩৭,৪০০ ৰ পৰা ৬৭,০০০
পদৰ নাম-উদ্ভিদ বিজ্ঞান

পদৰ নাম -ৰাসায়ন বিজ্ঞান
পদৰ সংখ্যা- ০১
বয়স -৩৮
শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীয়ে স্নাতকোত্তৰত ৫৫% নম্বৰৰ সহায়ত উৰ্ত্তীণ হ’ব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।
দৰমহা -৩৭,৪০০ ৰ পৰা ৬৭,০০০
বাচনি প্ৰক্ৰিয়া- প্ৰাৰ্থী সকলক মহাবিদ্যালয় কতৃপক্ষই তেওঁলোকৰ সাক্ষাৎকাৰৰ ভিত্তিত নিৰ্বাচন কৰিব ।
আবেদন প্ৰক্ৰিয়া- প্ৰাৰ্থীয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ ২০০০ টকাৰ সহায়ত N. N. Saikia College, P.O.Titabar.-785630 Dist. Jorhat, Assam পঠিয়াব লাগিব।
অন্তিম তাৰিখ- ১৯/০৩/২০২০
সৱিশেষ জানিবলৈ: Click Here
অন্য খবৰৰ বাবে পঢ়ক: এন এন শইকীয়া মহাবিদ্যালয় নিযুক্তি 2020