চাকৰি

নাবাৰ্ডত জ্যেষ্ঠ কনচালটেণ্ট নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ বি কম, চি এ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৩-০৯-২০২০।

বয়সৰ সীমাঃ ৫৫ বছৰতকৈ কম।

কাৰ্যালয়ৰ ঠিকনাঃ National Bank for Agriculture and Rural Development, New Delhi, Delhi 110016।

আবেদনৰ নিয়মঃ অহা তিনি ছেপ্টেম্বৰলৈকে আবেদন জনাব পাৰিব।