নগালেণ্ড বিশ্ববিদ্যালয়ে ইলেক্ট্ৰনিকছৰ অধ্যাপক খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম- ইলেক্ট্ৰনিক্সৰ অধ্যাপক।
খালী পদ- ১ টা ।
অৱস্থান -জুনহেবোটো, নগালেণ্ড ।
দৰমহা- ২০,০০০/-(প্ৰতি মাহে) ।
আবেদনৰ অন্তিম তাৰিখ- ০৮/১০/২০২১।
বয়সৰ সীমা নাই ।
শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনে ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং/ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিংত বি.ই./বি.টেক সম্পূৰ্ণ কৰিব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া-ইচ্ছুক প্ৰাৰ্থীসকলে ৮ অক্টোবৰ ২০২১ তাৰিখে পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৱাক-ইন-ইণ্টাৰভিউত উপস্থিত হ'ব লাগিব। "অফিচ চেম্বাৰ অফ দ্য ডিন, এনইউ-ছেট, ডি.চি কোৰ্ট জংচন, ডিমাপুৰ-৭৯৭১১২ত সকলো প্ৰমাণপত্ৰ আৰু নথিপত্ৰসহ উপস্থিত হ'ব লাগিব।