ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)ঃ 
কোম্পানী আইন ২০১৩-ৰ অধীনত ভাৰতত হিচাপ পৰীক্ষণ পেচা আৰু গাণনিক মান নিৰীক্ষণৰ এটা স্বতন্ত্ৰ সংস্থা হৈছে ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)। ২০১৮-ৰ অক্টোবৰত এই কৰ্তৃপক্ষ প্ৰতিষ্ঠা কৰা হয়।
ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)-ই দিল্লীত কাৰ্যবাহী সঞ্চালক নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ ভিতৰত আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ চাব পাৰেঃ
ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)-ত নিযুক্তি ২০২২ঃ
ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)-ই কাৰ্যবাহী সঞ্চালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
| পদৰ বিবৰণ | প্ৰয়োজনীয়তা | 
| পদৰ নাম | কাৰ্যবাহী সঞ্চালক। | 
| খালী পদ | ০১টা। | 
| চাকৰিৰ স্থান | নতুন দিল্লী। | 
| অন্তিম তাৰিখ | ৩০-০১-২০২২ | 
| দৰমহা | মাহিলী ১, ২০,৫০০ টকাৰ পৰা ১, ২৭, ৫০০ টকা। | 
| বয়সৰ সীমা | ৫৬ বছৰ। | 
| ৱেবছাইট | - | 
শিক্ষাগত অৰ্হতা :
১.স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা বিত্তৰ স্পেচিয়েলাইজেচনসহ এম বি এ বা চাৰ্টাৰ্ড একাউণ্টেণ্ট হব লাগিব। নতুবা চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালিষ্ট বা অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।
স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী।
আবেদন প্ৰক্ৰিয়া :
আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলেmanager- admn@nfra.gov.in.লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।
বাছনি প্ৰক্ৰিয়া :
ডেপুটেচন ভিত্তিত।
আৰু চাব পাৰে : জিলা পঞ্জীয়ক মৰিগাঁও নিযুক্তি ২০২২ - মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ক আৰু কাজী পদখালী