চাকৰি

এন আই এ-ত ডাটা এণ্ট্ৰী অপাৰেটৰৰ প্ৰয়োজন

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১৪টা।

দৰমহাঃ ২৯,২০০ টকাৰ পৰা ৯২,৩০০টকা।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-১০-২০২০।

আবেদন SP (Adm), NIA HO, Opposite CGO Complex, Lodhi Road, New Delhi-110003-লৈ প্ৰেৰণ কৰিব লাগিব।

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন বা এবজৰপচন ভিত্তিত।