চাকৰি

এনচিইআৰটিত লৱাৰ ডিভাজন ক্লাৰ্কৰ পদ খালী

Sentinel Digital Desk

এনচিইআৰটিত লৱাৰ ডিভাজন ক্লাৰ্কৰ পদ খালী

পদৰ নামঃ লৱাৰ ডিভিজন ক্লাৰ্ক

অৰ্হতাঃ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ

খালী হৈ থকা পদৰ সংখ্যাঃ ১৭

দৰমহাঃ প্ৰতি মাহে ৫,২০০ -২০,০০০ টকা ৷

অভিজ্ঞতাঃ ০-১

আবেদনৰ শেষ তাৰিখঃ ১০/০৭/২০১৯

এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক