চাকৰি

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত পদ খালী

Sentinel Digital Desk

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ২ টা জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ  পদ পূৰণৰ বাবে আবেদন বিচাৰিছে। 

পদৰ নাম: জুনিয়ৰ প্ৰজেক্ট ফেল' । 

খালী পদ : ১টা

বয়স-৪০ বছৰ

দৰমহা : ২৩,০০০ – ২৫,০০০/- প্ৰতি মাহে

অৱস্থান : সমগ্ৰ ভাৰততে

আবেদনৰ অন্তিম তাৰিখ : ০৮/১০/২০২১

শিক্ষাগত অৰ্হতা :

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়।

আবেদন প্ৰক্ৰিয়া :

আবেদন কৰিবলৈ যোগ্য প্ৰাৰ্থীসকলে তেওঁলোকৰ আৱেদন নিৰ্ধাৰিত প্ৰপত্ৰত ই-মেইল আইডিলৈ সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ০৮ অক্টোবৰ ২০২১ তাৰিখে বা তাৰ আগতে প্ৰেৰণ কৰিব পাৰে ।

মেইল : headdegsn@gmail.com

স্থান : Room No.12, 3 Floor, Zakir Hussain Block, NCERT, New Delhi- 110 016