চাকৰি

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমত (NCRTC) পদখালী

Sentinel Digital Desk

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমত, অভিযান্ত্ৰিক সহযোগীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।


পদৰ নাম : অভিযান্ত্ৰিক সহযোগী

খালী পদৰ সংখ্যা : ১০টা

বয়স : ৬৫বছৰ

দৰমহা : ৫৬,১০০ - ১,৭৭,৫০০ টকা (মাহিলী)।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩০/১০/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান/ বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লোমা কৰা হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিদ্ধাৰিত পাঠ্য ৰূপে দাখিল কৰিব লাগিব। আৰু আবেদন সহ প্ৰয়োজনীয় নথি পত্ৰি উল্লিখিত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা:Career Cell, HR Department, National Capital Region Transport Corporation, Near Vikas Sadan, INA Colony, New Delhi-110023 ।