চাকৰি

কংকান ৰেলৱে নিগম সসীমত শেহতীয়া নিযুক্তি

কণিষ্ঠ কাৰিকৰী সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবৰ বাবে আহ্বান জনোৱা হৈছে

Sentinel Digital Desk

কংকান ৰেলৱে নিগমৰ বিষয়ে জানক:

কংকান ৰেলৱেই অন্তসংযোগ কৰে ভাৰতৰ বাণিজ্য ৰাজধানী মুম্বাই আৰু মেংগলোৰক। ৭৪১কিমি দীৰ্ঘৰ এই লাইনে সংযোগ কৰে মহাৰাষ্ট্ৰ, গোৱা, আৰু কৰ্ণাটক ৰাজ্যক।

কংকান ৰেলৱে নিগমত পদ খালী:

কংকান ৰেলৱে নিগমত শেহতীয়া ভাৱে কণিষ্ঠ কাৰিকৰী সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবৰ বাবে আহ্বান জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন দাখিল কৰিবোলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ বিৱৰণ 

 প্ৰয়োজনীয় তথ্য

পদৰ নাম 

কণিষ্ঠ কাৰিকৰী সহকাৰী (চিগনেল আৰু যোগাযোগ)

পদৰ সংখ্যা

 ০১

দৰমহা 

 ৩০,০০০/- টকা, মাহিলী

খালী পদৰ সংখ্যা

অনুসূচিত জাতি ৩

অনুসূচিত জনজাতি ২

অ' বি চি ৪

জেনেৰেল ৯

শিক্ষাগত অৰ্হতা আৰু সাক্ষাৎকাৰ:

জাতি

সাক্ষাৎকাৰৰ তাৰিখ

শিক্ষাগত অৰ্হতা 

অনুসূচিত জাতি

১৩/১২/২০২১ আৰু ১৪/১২/২০২১

AICTE দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা নূন্যতম ৬০% নম্বৰ সহ নিয়মীয়া পাঠ্যক্ৰম যোগে ইলেকট্ৰনিক্স/ ইলেকট্ৰিকেল আৰু ইলেকট্ৰনিক্স/ ইলেকট্ৰনিক্স আৰু টেলিকমিউনিকেচন/ কমিউনিকেচন/ ইষ্ট্ৰুমেণ্টেশ্যন বিভাগত বি ই বা বি টেক উত্তীৰ্ণ।

অনুসূচিত জনজাতি

অ' বি চি

জেনেৰেল

১৫/১২/২০২১ আৰু ১৭/১২/২০২১

আৱেদন প্ৰক্ৰিয়া:

• ইচ্ছুক প্ৰাৰ্থী সকলে KRCL ৰ অফিচিয়েল ৱেবচাইট www.konkanrailway.com যোগে প্ৰয়োজনীয় অৰ্হতা আৰু আৱেদন প্ৰক্ৰিয়াৰ বিষয়ে জানিব পাৰিব।আৱেদন প্ৰক্ৰিয়া:

• প্ৰাৰ্থী সকলে নিৰ্ধাৰিত আৱেদন আৰু প্ৰয়োজনীয় সকলো নথি পত্ৰৰ সৈতে সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

• সাক্ষাৎকাৰৰ বাবে অহা প্ৰাৰ্থী সকলক কোনো ধৰণৰ TA/ DA প্ৰদান কৰা নহ'ব।

সাক্ষাৎকাৰ সম্বন্ধীয় জাননী:

স্থান - USBRL প্ৰকল্প, মুখ্য কাৰ্য্যালয়, কংকান ৰেলৱে নিগম সসীম, সত্যম কমপ্লেক্স, মাৰ্বল মাৰ্কেট, এক্সটেশ্যন - ট্ৰিকুতা নগৰ, জম্মু, জম্মু আৰু কাশ্মীৰ, পিন - ১৪০০১১

পঞ্জীয়নৰ সময় - পুৱা ৯:০০ বজাৰ পৰা বিয়লি ১:০০ বজালৈ।