চাকৰি

ইউনিয়ম পাব্লিক চাৰ্ভিচ কমিশ্যন (UPSC), পদখালী

Sentinel Digital Desk

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : পাব্লিক চাৰ্ভিচ কমিশ্যন, সহযোগী অভিযন্তা/ সহকাৰী কৰ্ম পৰিমাপক/ অভিযান্ত্ৰিক সহযোগী (চিভিল)

খালী পদৰ সংখ্যা : ০৩

বয়স : ৩০বছৰ

দৰমহা : দৰমহা স্তৰ - ৭

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩০/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা অনুষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিং বিষয়ত ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন ৱেবচাইটৰ জৰিয়তে নিজৰ আবেদন পত্ৰ দাখিল কৰিব লাগিব। ইয়াৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ জমা কৰিব, ২৫টকা মূল্যৰ মাছুল পৰিশোধ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।New post at UPSC