চাকৰি

এন আই এ-ত গাণনিক নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ স্নাতক।

দৰমহাঃ ৩৫,৪০০টকাৰ পৰা ১,১২,৪০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন স্থানত

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩-০৭-২০২০।

সবিশেষ জানিবলৈ https://www.nia.gov.in/writereaddata/Portal/Recruitment/105_1_Recruitment.pdf চাওক।