চাকৰি

এন আই এ-ত চাইবাৰ ফৰেণচিক পৰীক্ষকৰ পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ ৫৬,১০০টকাৰ পৰা ১ লাখ ৭৭ হেজাৰ ৫০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, ৰাইপুৰ, লক্ষ্ণৌ, কলকাতা, নতুন দিল্লী, মুম্বাই, হায়দৰাবাদ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৮-২০২০

বয়সৰ সীমাঃ ডেপুটেচনত নিযুক্তৰ বয়স আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হ'ব নালাগিব।

সবিশেষ জানিবলৈ www.nia.gov.in চাওক।