চাকৰি

চাইবাৰ ফৰেণছিক পৰীক্ষক নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৫৬,১০০টকাৰ পৰা ১,৭৭,৫০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, ৰাইপুৰ, কলকাতা, নতুন দিল্লী, মুম্বাই, হায়দৰাবাদ।

বয়সৰ সীমাঃ ডেপুটেচন নিযুক্তিৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স ৫৬ বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৮-২০২০।

সবিশেষ জানিবলৈ wwv.nia.gov.in চাওক।