চাকৰি

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা সংস্থান শিলচৰ ( NIT, silchar ) নিযুক্তি 2020

Sentinel Digital Desk

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা সংস্থান শিলচৰ নিযুক্তি 2020

কতৃপক্ষই জুনিয়ৰ ৰিচাৰ্ছ ফেল' খালী পদৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে। এই নিযুক্তি ঠিকাভিত্তিক হ'ব। নিযুক্তি হ'বলগীয়া এই প্ৰকল্পটো হ'ল - “Development and testing of combustion characteristics of nanoparticle embedded biodiesel in an open ECU based dual fuel diesel engine” (মেকানিকেল ইঞ্জিনিয়াৰিং শাখা, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা সংস্থান শিলচৰ)

পদৰ নাম - জুনিয়ৰ ৰিচাৰ্ছ ফেল'

পদৰ সংখ্যা - ০১

বয়স -৩৫

অৰ্হতা - মেকানিকেল ইঞ্জিনিয়াৰিং শাখাৰ এম টেক / এম ইৰ ৬০ শতাংশ নম্বৰ থাকিব লাগিব । (NET/ GATE)

দৰমহা - ৩১,০০০ প্ৰতিমাহ

বাচনি প্ৰক্ৰিয়া : ব্যক্তিগত সাক্ষাৎকাৰৰ ভিত্তিত।

আবেদন প্ৰক্ৰিয়া: প্ৰাৰ্থী সকলে চিভি আৰু উপযুক্ত নথি পত্ৰ জমা দিব লাগিব।

অন্তিম তাৰিখ : ১০/০৩/২০২০

সাক্ষাৎকাৰ তাৰিখ- ২০/০৩/২০২০ দিনৰ ১১ বজা।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here