নেচনেল ইনষ্টিটিউট অৱ টেকনোলজী শিলচৰে জুনিয়ৰ ৰিচাৰ্ছ ফেল' মকৰলৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ০১টা।
বয়সৰ সীমাঃ ৩২ বছৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২১।
নিযুক্তিৰ স্থানঃ শিলচৰ, অসম।
ই-মেইলঃ prabina@ece.nits.ac.in।
শিক্ষাগত অৰ্হতাঃ ইলেক্ট্ৰনিকচ এণ্ড কমিউনিকেচন ইঞ্জিনায়াৰিং / ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং / কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিঙত প্ৰথম শ্ৰেণীৰ প্ৰথম শ্ৰেণীৰ এম ই বা এম টেক বা সম-পৰ্যায়ৰ শিক্ষা।
"Application for the post of JRF under the project R-23011/3/2020-R&D বুলি লেফাফাত লিখি আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব।