চাকৰি

জে আৰ এফ মকৰলৰ বাবে এন আই টি শিলচৰৰ আবেদন আহ্বান

Sentinel Digital Desk

নেচনেল ইনষ্টিটিউট অৱ টেকনোলজী(এন আই টি) শিলচৰে কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ) মকৰলৰ বাবে আবেদন বিচাৰিছে। 

খালী পদৰ সংখ্যাঃ ০১টা। 

বয়সৰ সীমাঃ ৪৫ বছৰ। 

দৰমহাঃ মাহিলী ৩১ হেজাৰ টকাৰ লগতে ৮ শতাংশ ঘৰভাড়া (যদি এই প্ৰতিষ্ঠানে থকাৰ ব্যৱস্থা কৰি নিদিয়ে)। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-১০-২০২১। 

নিয়ুক্তিৰ স্থানঃ শিলচৰ, অসম। 

 Emailঃ  asharani@ee.nits.ac.in

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী বৈদ্যুতিক. ইলেক্টিকেল এণ্ড ইলেক্ট্ৰনিকচ ইঞ্জিনীয়াৰিঙৰ টেক / বি ই/এম টেক/এম ই হব লাগিব। তদুপৰি গেট বা নেট থাকিব লাগিব। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত কৰ্মঃঅভিজ্ঞতা থাকিব লাগিব। 

ইচ্ছ্যুক প্ৰাৰ্থীয়ে সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ asharani@ee.nits.ac.in.লৈ প্ৰেৰণ কৰিব পাৰে।