NIT শিলচৰত নিম্নোক্ত পদত নিয়োগৰ বাবে আবেদন বিচৰা হৈছে ৷
পদঃ প্ৰকল্প সহযোগী ৷
খালী পদৰ সংখ্যাঃ দুটা ৷
বয়সৰ সীমাঃ ৩৫বছৰ ৷
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত বৈদ্যুতিক/ইলেক্ট্ৰ'নিক্স ইঞ্জিনীয়াৰিঙৰ বি টেক/বি ই ডিগ্ৰীধাৰী হ'ব লাগিব ৷
অভিজ্ঞতাঃ সংশ্লিষ্ট ক্ষেত্ৰৰ কামৰ অভিজ্ঞতা থাকিব লাগিব ৷
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ অহা ১৫জুন ৷ প্ৰয়োজনীয় সকলো নথি-পত্ৰসহ আবেদন amritesh.nits@gmail.comলৈ প্ৰেৰণ কৰিব পাৰে ৷
সবিশেষ জানিবলৈ www.nits.ac.inচাওক ৷