চাকৰি

জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানত পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ৫৩,১০০ টকাৰ পৰা ১,৬৭,৮০০টকা।

বয়সৰ সীমাঃ ৫৬বছৰতকৈ অধিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ তেজপুৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-১০-২০২০।

আবেদনৰ নিয়মঃ আনুসংগিক নথিপত্ৰৰ প্ৰতিলিপিসহ আবেদন পত্ৰ অহা ৩১ অক্টোবৰৰ ভিতৰত পোৱাকৈ "Director, NERIWALM, Dolabari, Tezpur, P.O.- Kaliabhomora-784027 (Assam-লৈ প্ৰেৰণ কৰিব লাগিব।