চাকৰি

উত্তৰ লখিমপুৰ কলেজত সহকাৰী অধ্যাপক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ২০২০ৰ ১ জানুৱাৰীত ৩৮বছৰতকৈ অধিক হ'ব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৭-২০২০ৰ পৰা ১৫ দিনৰ ভিতৰত।

সবিশেষ জানিবলৈ https://nlc.ac.in/cms/ চাওক।