চাকৰি

নগাঁৱত মহিলা সমাজ কল্যাণ বিষয়া নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০১টা।

চাকৰিৰ স্থানঃ নগাঁও।

বয়সৰ সীমাঃ ০১-০৪-২০২০২-ত সৰ্বোচ্চ ৩৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৯-২০২০। আবেদনৰ নিয়মঃ অহা ১৯ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত পোৱাকৈ আবেদন পত্ৰ নগাঁৱৰ জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব।