চাকৰি

অ' এন জি চিত চিকিত্সা বিষয়া নিযুক্তি

অ’ এন জি চিয়ে চিকিত্সা বিষয়া(জৰুৰী কৰ্তব্য)নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০৮টা।

দৰমহাঃ মাহিলী ৭২হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ শিৱসাগৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ শিক্ষাগত অৰ্হতা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ www.ongcindia.comৰ জৰিয়তে পাৰিব।