চাকৰি

অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত পদখালী

Sentinel Digital Desk


অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত, গ্ৰেড ৩ ৱৰ্ক পাৰ্ছন নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : গ্ৰেড ৩ ৱৰ্ক পাৰ্ছন ।

খালী পদৰ সংখ্যা : ৫৩৫টা।

বয়স : ১৮ - ৩০ বছৰ।

দৰমহা : ২৬,৬০০ - ৯০,০০০টকা ( মাহিলী)

ঠিকনা : দুলীয়াজান, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৩/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদৰ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব । লগতে উল্লেখিত বিষয়ত ট্ৰেড প্ৰমাণপত্ৰ থাকিব লাগিব।

আবেদন প্ৰক্ৰিয়া : ইচ্ছুক আৰু উপযুক্ত প্রাৰ্থীয়ে নিজৰ আবেদন পত্ৰ, অইলৰ অফিচিয়েল ৱেবচাইটৰ জৰিয়তে দাখিল কৰিব লাগিব। ইয়াৰ লগতে প্ৰাৰ্থীয়ে নিজৰ প্ৰয়োজনীয় প্ৰমাণপত্ৰসমূহৰ প্ৰতিলিপি আৰু ২০০টকাৰ আবেদন মাছুল অনলাইন যোগে জমা কৰিব লাগিব।