পদসমূহঃ এপ্ৰেণ্টিচ।
খালী পদৰ সংখ্যাঃ ৪১৮২টা।
বয়সৰ সীমাঃ ১৭-০৮-২০২০ত সৰ্বনিম্ন ১৮ বছৰ আৰু সৰ্বোচ্চ ২৪ বছৰ। আবেদনকাৰীৰ জন্ম ১৭-০৮-১৯৯৬ৰ পৰা ১৭-০৮-২০০২ৰ ভিতৰত হব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ লাভ কৰা নম্বৰ আৰু মেধা ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।
আবেদন জনোৱাৰ বাবে www.ongcapprentices.ongc.co.in চাওক। অহা ১৭ আগষ্টৰ সন্ধিয়া ৬ বজালৈ আবেদন গ্ৰহণ কৰা হব।
আৰু চাব পাৰেঃ কেন্দ্ৰীয় তথ্য় আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চাকৰি