চাকৰি

লখিমপুৰৰ ন্যায়পালিকাত চতুৰ্থবৰ্গৰ পদখালী

Sentinel Digital Desk

লখিমপুৰৰ জিলা আৰু সত্ৰ আদালতত চকীদাৰ, নৈশ চকীদাৰ আৰু পিয়নৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : চকীদাৰ

খালী পদৰ সংখ্যা : ০১টা ( STP - ০১)

দৰমহা : ১২,০০০ - ৫২,০০০ + GP ৩,৯০০ টকা

পদৰ নাম : নৈশ চকীদাৰ

খালী পদৰ সংখ্যা : ০১ (SC : ০১)

দৰমহা : ১২,০০০ - ৫২,০০০ + GP ৩,৯০০ টকা

পদৰ নাম : পিয়ন

খালী পদৰ সংখ্যা : ০১ (UR)

দৰমহা : ১৫,০০০ টকা

বয়স : ১৮ - ৩৮ বছৰ

নিযুক্তিৰ স্থান : লখিমপুৰ, অসম

অন্তিম তাৰিখ : ০৩/০৯/২০২১

আবেদন প্ৰক্ৰিয়া : অফলাইন

অৰ্হতা : • এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

• ভাৰতীয় সংবিধানত, সংশোধনী ৫ৰ পৰা ৮ লৈকে সংজ্ঞাবদ্ধ কৰা মতে, ইচ্ছুক প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ'ব লাগিব ।

• প্ৰাৰ্থীৰ নাম অসমৰ যিকোনো জিলাৰ " নিয়োগ বিনিময় " কেন্দ্ৰত পঞ্জীভূত কৰা হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে "আছাম গাজেত্ত ভাগ ৯"ত প্ৰকাশ পোৱা আবেদন পত্ৰৰ লগত, শিক্ষাগত মানপত্ৰ, বয়স, জাতি মানপত্ৰ, অভিজ্ঞতা মানপত্ৰ আৰু চৰিত্ৰ মানপত্ৰ, ২খন পাছপৰ্ট ফটো ( পিছফালে স্বাক্ষৰ কৰা), জিলা আৰু ছেশ্যন ন্যায়াধীশ তথা অধ্যক্ষ, লক্ষীমপুৰ, নৰ্থ লক্ষীমপুৰলৈ পঠাব লাগিব। মনত ৰাখিব যে সকলো নথিপত্ৰত প্ৰাৰ্থীৰ নিজৰ স্বাক্ষৰ থাকিব লাগিব।