চাকৰি

পেঞ্চন পুঁজি নিয়ন্ত্ৰণ-বিকাশ কৰ্তৃপক্ষৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital Desk

পদসমূহঃ সহকাৰী প্ৰৱন্ধক(সাধাৰণ)

খালী পদৰ সংখ্যাঃ ৩টা।

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাত স্নাতকোত্তৰ ডিগ্ৰী। অথবা আইনৰ স্নাতক নতুবা অভিযান্ত্ৰিক ডিগ্ৰী।

সহকাৰী প্ৰৱন্ধক(আইন) খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ আইনৰ স্নাতক ডিগ্ৰী। বয়সৰ সীমাঃ ২০২০ৰ ৩০ এপ্ৰিলত সৰ্বোচ্চ ৩০ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

সবিশেষ জানিবলৈ www.pfrda.org.in চাওক।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া দুটা পৰ্যায়ৰ হ'ব। প্ৰথমটো পৰ্যায়ত অনলাইন পৰীক্ষা আৰু দ্বিতীয়টো পৰ্যায়ত গ্ৰুপ ডিছকাচন আৰু সাক্ষাতকাৰ।

আবেদনৰ মাচুলঃ অসংৰক্ষিত, আৰ্থিকভাবে পিছপৰা আৰু অ' বি চি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০০টকা। এছ চি, এছ টি আৰু শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

www.pfrda.org.inৰ জৰিয়তে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ www.pfrda.org.in চাওক।