চাকৰি

চিকিৎসা শিক্ষা আৰু গৱেষণাৰ স্নাতকোত্তৰ প্ৰতিষ্ঠান(PGIMER)-ত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

Sentinel Digital Desk

চিকিৎসা শিক্ষা আৰু গৱেষণাৰ স্নাতকোত্তৰ অনুষ্ঠানত, ছিনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : ছিনিয়ৰ ৰিচাৰ্ছ ফেল'

খালী পদৰ সংখ্যা : ০১ ।

বয়স : উল্লেখ নাই ।

দৰমহা : নিয়মাৱলী অনুসৰি । 

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে । 

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩০/০৯/২০২১ ।

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/ অনুষ্ঠানৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্য ৰূপত, প্ৰয়োজনীয় নথিপত্ৰ সহ উল্লেখিত ঠিকনা লৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : ফাৰ্মাক'লজি বিভাগ, কক্ষ নং - ৪০১৬, গৱেষণা মণ্ডল B ৪নং ফ্লৰ, PGIMER চণ্ডিগড়।

মেইল : pgimerpharmacology@gmail.com