চাকৰি

জনস্বাস্থ্য কাৰিকৰীৰ মঙলদৈ সংমণ্ডলত পদখালী

Sentinel Digital Desk

ৰাজ্যিক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙলদৈ সংমণ্ডলত খালী হোৱা নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। 

পদসমূহঃ

পৰীক্ষাগাৰ সহায়ক।

খালী পদৰ সংখ্যাঃ এটা ৷

বয়সৰ সীমাঃ ০১-০৮-২০২০ত ১৮ৰ পৰা ৩৮ বছৰ ৷ এছ চি-এছ টি প্ৰাৰ্থীয়ে পাঁচ বছৰ আৰু অ' বি চি/এম অ' বি চি প্ৰাৰ্থীয়ে তিনিবছৰ বয়স ৰেহাই পাব ৷

দৰমহাঃ মাহিলী ১৫ হেজাৰ টকা ৷

শিক্ষাগত অৰ্হতাঃ ৰসায়ন বিজ্ঞানসহ বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব ৷ কম্পিউটাৰৰ কাম জানিবই লাগিব ৷

সহকাৰী কেমিষ্ট 

খালী পদৰ সংখ্যাঃ ০১ টা। 

বয়সৰ সীমাঃ ০১-০৮-২০২০ত ১৮ৰ পৰা ৪০ বছৰ ৷ এছ চি-এছ টি প্ৰাৰ্থীয়ে পাঁচ বছৰ আৰু অ' বি চি/এম অ' বি চি প্ৰাৰ্থীয়ে তিনিবছৰ বয়স ৰেহাই পাব ৷

দৰমহাঃ মাহিলী ২১  হেজাৰ টকা ৷

শিক্ষাগত অৰ্হতাঃ ৰসায়ন বিজ্ঞানসহ বি এছ চি ডিগ্ৰীধাৰী হ'ব লাগিব ৷ কম্পিউটাৰৰ কাম জানিবই লাগিব ৷

নিযুক্তিৰ স্থানঃ মঙলদৈ. অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখ ঃ ২০-১০-২০২১। 

চাকৰিৰ প্ৰকৃতিঃ ঠিকাভিত্তিক।